Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আমদানি from অসমীয়া dictionary with examples, synonyms and antonyms.

আমদানি   বিশেষ্য

Meaning : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য

Example : ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে

আমদানি   বিশেষণ

Meaning : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে

Example : আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল

Synonyms : ইম্পʼৰটেড