Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো মেৰোৱাই থোৱা আছে
Example : মাকে চাদৰেৰে আবৃত শিশুটোক পালেঙত শুৱাই দিলে
Synonyms : পৰিবৃত
Meaning : লুকাই থকা বা ঢাকি থোৱা
Example : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
Synonyms : আচ্ছাদিত, প্রচ্ছন্ন
Meaning : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
Example : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
Synonyms : আচ্ছন্ন, আচ্ছাদিত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
Install App