Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাইত থকা বা বসতি কৰা লোক
Example : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
Synonyms : অধিবাসী, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
Meaning : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
Example : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
Synonyms : অধিকৃত, অধিবাসী, অধ্যুষিত, আৱাসিক, বসতিপূর্ণ
Install App