Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাঙৰ দৰে নিচাযুক্ত দ্রব্য পোৱা এবিধ উদ্ভিদ:তেওঁ ঘৰৰ পিছফালে আফিঙৰ খেতি কৰিছে
Example :
Synonyms : অহিফেণ, কানি
Meaning : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
Example : সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
Synonyms : আফু
Meaning : আফিং সম্বন্ধীয় বা আফিঙৰ
Example : মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
Synonyms : আফিঙযুক্ত
Install App