Subscribe
URL of the page has been copied to clipboard.
Meaning : আফগানৰ অধিবাসী
Example : বোমা বিস্ফোৰণত পঞ্চাশজন আফগানী আহত হৈছে
Synonyms : আফগান
Meaning : আফগানিস্তানত চলা মুদ্রা
Example : পাঠানজনে আফগানীৰ সলনি টকা খুজিছিল
Meaning : আফগানিস্তানত বাস কৰাসকল
Example : ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
Meaning : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
Example : আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল
Install App