Subscribe
URL of the page has been copied to clipboard.
Meaning : আন ফালৰ বা সেই ফালৰ
Example : শ্যাম সিফালে আছে
Synonyms : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
Meaning : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
Example : ইয়াত আপুনি একো নাপাব আনফালে যাওক
Synonyms : অন্যফালে
Meaning : আনটো ফালে
Example : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
Synonyms : আনহাতে
Meaning : আনটো ফালৰ দিশ
Example : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
Synonyms : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
Install App