Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে আনন্দ প্রদান কৰে
Example : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
Synonyms : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, সুখপ্রদ, ৰমণীয়
Meaning : যিটো মনোৰঞ্জনেৰে ভৰা
Example : এইখিনি বৰ মনোৰঞ্জক ঠাই
Synonyms : আমোদ-প্রমোদপূর্ণ, আমোদজনক, মনোৰঞ্জক
Install App