Meaning : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
Example :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
Synonyms : সংগ্রহ কৰা
Meaning : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
Example :
জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
Meaning : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
Example :
মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে