Subscribe
URL of the page has been copied to clipboard.
Meaning : এবিধ উদ্ভিদৰ চনচনীয়া আৰু জ্বলা সোৱাদৰ গাঁঠি থকা মূল
Example : আদা ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা হয়
Meaning : মছলা হিচাপে ব্যৱহাৰ কৰা ঠেঙুলি থকা কন্দৰ এবিধ ঔষধি উদ্ভিদ আৰু যাৰ সোৱাদ জ্বলা
Example : আদাৰ মূল স্বাস্থ্যৰ কাৰণে ভাল
Synonyms : আদাৰ গছ
Meaning : শুকুৱাই থোৱা আদা:শুকান আদা স্বাস্থ্যৰ কাৰণে ভাল
Example :
Synonyms : আদা-গুড়ি, শুকান আদা
Install App