Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আথ-বেথ কৰি from অসমীয়া dictionary with examples, synonyms and antonyms.

আথ-বেথ কৰি   ক্ৰিয়া বিশেষণ

Meaning : সৎকাৰৰ সৈতে বা আদৰ সম্ভাষণৰ সৈতে

Example : শ্যামে আপোনাক তেওঁৰ নিজৰ ঘৰলৈ আদৰি-সাদৰি আমন্ত্রণ কৰিছে

Synonyms : আতি-পুতিকৈ, আতৌ-পুতৌকৈ, আথ-বেথকৈ, আথে-বেথে, আদৰি-সাদৰি, বেথা লগাকৈ, মৰমেৰে, সস্নেহে, সাদৰে, হেঁ্পাহেৰে