Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজ কুলৰ লোক
Example : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
Synonyms : কুটুম, কুটুম্ব, পৰিজন
Meaning : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
Example : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
Synonyms : আত্মীয়-স্বজন, আপোন
Meaning : একেখন ঘৰৰে মানুহ
Example : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
Synonyms : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
Meaning : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
Example : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
Synonyms : নিজৰ
Meaning : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
Example : মনোহৰজী মোৰ আপোন খুৰা
Synonyms : আপোন, পৰিজন, স্বজন
Install App