Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আতচ-বাজী from অসমীয়া dictionary with examples, synonyms and antonyms.

আতচ-বাজী   বিশেষ্য

Meaning : বাৰুদ, গন্ধক, খাৰ আদিৰ সংযোগত বনোৱা চকৰি, ফুলজাৰি, কলগছ, ফটকা আদি যিবোৰ জ্বলিলে ৰংবিৰঙৰ ফিৰিঙতি ওলাই আৰু শ্্ব্দ হয়

Example : আমি দীপাৱলীৰ দিনা আতচবাজীৰে খেলোঁ

Synonyms : আতচবাজী, ফটকা