Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ভয় কৰি আছে
Example : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল
Synonyms : ত্রস্ত, ভয়াতুৰ, সন্ত্রস্ত
Meaning : ভয়তে মনে মনে থকা বা যি ভয় খাইছে
Example : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল
Synonyms : ত্রস্ত
Meaning : যি ভয় খাইছে
Example : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
Synonyms : অলপ-ধতুৱা, ত্রস্ত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
Install App