Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে
Example :
Synonyms : অৱকাশ, অৱসৰ, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ
Meaning : আৰামৰ সময়
Example : আপুনি মোক জিৰণিত লগ কৰক
Synonyms : অৱসৰ, জিৰণি, জিৰণি সময়, বিশ্রাম কাল, বিৰাম কাল
Install App