Subscribe
URL of the page has been copied to clipboard.
Meaning : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
Example : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
Synonyms : কাষ, মূৰ
Meaning : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
Example : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
Synonyms : অগ্র, শিখা
Install App