Subscribe
URL of the page has been copied to clipboard.
Meaning : আহাৰ ৰান্ধিবলৈ মাটি, ইটা বা লোহাৰে নি্র্মাণ কৰি লোৱা জুই জ্বলোৱা স্থান বা পাত্র
Example : মায়ে ভাত ৰান্ধিবলৈ চৌকাত জুই দিলে
Synonyms : চুলা, চৌকা, জুহাল
Meaning : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ
Example : তেওঁ জুহালত চাহ বনাই আছে
Synonyms : খোলা, জুইশাল, জুহাল
Install App