Subscribe
URL of the page has been copied to clipboard.
Meaning : খালী বা ৰিক্ত স্থান
Example : তেওঁ শূন্যত ঘূৰি আছিল
Synonyms : শূন্য
Meaning : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
Example : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
Synonyms : অন্তৰীক্ষ, অভ্র, অম্বৰ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
Install App