Meaning : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
Example :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
Meaning : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
Example :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
Synonyms : দোহৰা, পুনৰাবৃত্তি কৰা