Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আই from অসমীয়া dictionary with examples, synonyms and antonyms.

আই   বিশেষ্য

Meaning : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ

Example : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়

Synonyms : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা

Meaning : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন

Example : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক

Synonyms : আইতা

Meaning : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া

Example : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন

Synonyms : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ

Meaning : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ

Example : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে

Synonyms : বসন্ত ৰোগ, সৰুআই