Subscribe
URL of the page has been copied to clipboard.
Meaning : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
Example : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
Synonyms : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
Meaning : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
Example : ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে
Meaning : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
Example : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
Synonyms : অন্তৰাল, গেপ, ফাঁক, ব্যৱধান
Install App