Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
Example : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
Synonyms : আঁ্তৰা, ফটা, ফাটি যোৱা
Meaning : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
Example : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
Synonyms : এৰা, এৰি দিয়া, ত্যাগ কৰা
Meaning : দূৰ হোৱা
Example : ডাৱৰ আঁতৰি গʼল
Synonyms : আঁ্তৰা
Install App