Subscribe
URL of the page has been copied to clipboard.
Meaning : দুই হাত একেলগ কৰি পতা ঠোলা
Example : তেওঁ ্ ভগৱানক আঁজলি ভৰাই ফুল অর্পণ কৰিছে
Synonyms : অঞ্জলি
Meaning : এক আজঁলিত অহা কোনো বস্তুৰ পৰিমাণ
Example : তেওঁ ভিক্ষাৰীজনৰ মোনাটোত এক আঁজলি চাইল দিলে
Install App