Subscribe
URL of the page has been copied to clipboard.
Meaning : শত্রু, অপৰাধী আদিক ঘেৰাও কৰা বা ধৰিবৰ কাৰণে কোনো ঠাইৰ অহা-যোৱা কৰা পথ বন্ধ কৰা কার্য
Example : ভাৰত আৰু পাকিস্তানৰ সীমাত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ৰুধিবৰ কাৰণে পথ অৱৰোধ কৰা হৈছে
Synonyms : অৱৰোধ, ঘেৰিধৰণ
Install App