Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱশিষ্ট from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱশিষ্ট   বিশেষ্য

Meaning : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)

Example : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল

Synonyms : অৱশেষ, বাকী

Meaning : অদৰকাৰী বুলি ভাবি পেলাই দিয়া পদার্থ

Example : কাৰখানাৰ অৱশিষ্টবোৰে নদীৰ পানী প্রদূষিত কৰে

অৱশিষ্ট   বিশেষণ

Meaning : ব্যৱহাৰত নহাৰ কাৰণে ৰাহি হোৱা অংশ

Example : অৱশিষ্ট আহাৰখিনি ঢাকি ৰাখা

Synonyms : অৱশেষ, থাকি হোৱা