Subscribe
URL of the page has been copied to clipboard.
Meaning : দেখা কার্য
Example : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
Synonyms : চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য
Meaning : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
Example : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
Synonyms : চোৱা-চিতা, দৃষ্টিপাত
Meaning : দেখা অৱস্থা বা ভাব
Example : এই বস্তুটো দেখনত ভাল
Synonyms : চাৱনি, দর্শন, দেখন, ্চাৱন
Install App