Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱমাননা from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱমাননা   বিশেষ্য

Meaning : এনেধৰণৰ কোনো কাম কৰা বা কথা কোৱা কার্য ্ যিয়ে কাৰোবাৰ মান-সন্মান আৰু প্রতিষ্ঠাত আঘাত হানে

Example : ৰামে শ্যামৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিলে

Synonyms : মানহানি

Meaning : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

Example : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

Synonyms : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ