Subscribe
URL of the page has been copied to clipboard.
Meaning : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব
Example : শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে
Synonyms : ন্যূনতা
Meaning : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
Example : বেয়া গুণে মানুহৰ পতন ঘটায়
Synonyms : অধঃপতন, অধঃপাত, অধোগমন, চ্যুতি, পতন
Meaning : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
Example : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
Synonyms : অধঃপতন, অধঃপাত, পতন, স্খলন
Install App