Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱতৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱতৰণ   বিশেষ্য

Meaning : ওপৰৰ পৰা তলৰ ফালে অনা কার্য

Example : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে

Synonyms : নমোৱা

Meaning : ওপৰৰ পৰা তললৈ অহা কার্য

Example : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত

Synonyms : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-

Meaning : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য

Example : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল