Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত ঈশ্বৰ বা দেৱতাৰ অংশ থাকে বা যাক ঈশ্বৰৰ অংশ বুলি মনা হয়
Example : মহাত্মা বুদ্ধ এজন অৱতাৰী পুৰুষ আছিল
Meaning : অৱতাৰ বা অৱতাৰ সম্বন্ধী
Example : পণ্ডিতজীয়ে ভগৱান ৰামৰ অৱতাৰী কথা শুনাই আছিল
Install App