Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অৱতাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অৱতাৰ   বিশেষ্য

Meaning : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল

Example :

Synonyms : আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ

Meaning : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ

Example : ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন

Meaning : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব

Example : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল

Synonyms : অভ্যুদয়, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, উৎপত্তি, জন্ম

Meaning : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন

Example : ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল