Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
Example : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
Synonyms : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
Meaning : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
Example : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
Synonyms : অগ্রাহ্য, অনাদৰ, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
Install App