Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
Example : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
Synonyms : অটবী, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
Meaning : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
Example : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
Synonyms : জংঘল, বন
Install App