Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
Example : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
Synonyms : অননুমোদিত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
Meaning : যাৰ অনুমতি দিয়া হোৱা নাই
Example : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
Synonyms : অননুমোদিত, অসমর্থিত
Meaning : যিয়ে সহমত পোৱা নাই
Example : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
Synonyms : অসন্মতি, নামঞ্জুৰ, সহমতহীন
Meaning : যিটো অনুমোদন কৰা হোৱা নাই
Example : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
Synonyms : অগৃহীত, অননুমোদিত
Install App