Subscribe
URL of the page has been copied to clipboard.
Meaning : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
Example : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
Synonyms : অন্তর্দাহ, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
Install App