Subscribe
URL of the page has been copied to clipboard.
Meaning : খেতিৰ অনুপযোগী আৰু অধিক পৰিমাণে খাৰ থকা মাটি
Example : বহুদিন ধৰি খেতি নকৰাৰ ফলত এই মাটিখিনি অসাৰুৱা হৈ পৰিল
Synonyms : অসাৰুৱা, উখৰ ভূমি, উখৰ মাটি, চনপৰা মাটি, ছন মাটি, পতিত মাটি
Install App