Meaning : অসম ৰাজ্যৰ ভাষা
Example :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
Synonyms : অসমীয়া ভাষা
Meaning : অসম ৰাজ্যৰ অধিবাসী
Example :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
Meaning : অসম ৰাজ্যৰ নিবাসী
Example :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
Meaning : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
Example :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
Meaning : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
Example :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
Meaning : অসমত থকা বা বসতি কৰা
Example :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত