Meaning : অসমর্থ ্হোৱা অৱস্থা
Example :
অসমর্থ ্হোৱা কাৰণে তেওঁ কিছুমান কাম কৰিব নোৱাৰে
Meaning : ক্ষমতাহীন বা অক্ষম হোৱা অৱস্থা বা ভাব
Example :
অক্ষমতাৰ কাৰণে ৰামুৰ সৈতে এই কাম কৰিব পৰা নগʼল
Synonyms : অক্ষমতা, অযোগ্যতা, সামর্থহীনতা