Subscribe
URL of the page has been copied to clipboard.
Meaning : যি অদৰকাৰেৰে পূর্ণ
Example : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
Synonyms : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, নলগা-, যা-তা, লাপি-লুপা
Meaning : যিটো উচিত বা যুগুত নহয়
Example : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
Synonyms : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
Install App