Meaning : অষ্ট্রেলিয়াৰ নিবাসী
Example :
অষ্ট্রেলিয়ানে বৰ ভাল ক্রিকেট খেলে
Synonyms : অষ্ট্রেলিয়া বাসী, অষ্ট্রেলিয়া-বাসী, অষ্ট্রেলিয়াবাসী
Meaning : অষ্ট্রেলিয়াত কোৱা ভাষা
Example :
অষ্ট্রেলিয়ানৰ ব্যৱহাৰ ইউৰোপীয়ানৰ পৰা পূৱ অষ্ট্রেলিয়াত থকা লোক সকলে কৰে
Synonyms : অষ্ট্রেলিয়ান ভাষা
Meaning : অষ্ট্রেলিয়াৰ সৈতে সম্পর্কযুক্ত বা অষ্ট্রেলিয়াৰ
Example :
অষ্ট্রেলিয়ান ক্রিকেট খেলুৱৈসকলৰ আগত কোনো টিকিব নোৱাৰে