Meaning : অষ্ট্রিয়াৰ নিবাসী
Example :
এজন অষ্ট্রিয়ান প্রতিবছৰে ইয়ালৈ আহে
Synonyms : অষ্ট্রিয়া বাসী, অষ্ট্রিয়া-বাসী, অষ্ট্রিয়াবাসী
Meaning : অষ্ট্রিয়াৰ লোকসকলৰ ভাষা
Example :
অষ্ট্রিয়ান শিকিবলৈ কি কৰিব লাগিব?
Synonyms : অষ্ট্রিয়ান ভাষা
Meaning : অষ্ট্রিয়ান ভাষাৰ বা অষ্ট্রিয়ান ভাষা সম্বন্ধী
Example :
তেওঁ অষ্ট্রিয়ান সংবাদ পত্র লুটিয়াই আছে
Meaning : অষ্ট্রিয়াৰ বা অষ্ট্রিয়া সম্বন্ধী
Example :
চৰকাৰে অষ্ট্রিয়ান ব্যৱসায়ক উদগনি দিছে