Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
Example : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
Synonyms : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
Meaning : আস্থা বা শ্রদ্ধাৰ অভাৱ
Example : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
Synonyms : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
Install App