Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো দৃঢ় নহয়
Example : থুনুকা বস্তু সহজে ভাগে
Synonyms : অদৃঢ়, চনকা, চনচনীয়া, ঠনঠনীয়া, ঠুনুকা, ভংগুৰ
Meaning : যাৰ ক্ষমতা বা শক্তি নাই
Example : বয়স হোৱাৰ লগে-লগে মানুহ শক্তিহীন হৈ পৰে যুঁজি-যুঁজি ্তেওঁ অক্ষম হৈ পৰিল
Synonyms : অক্ষম, অথাৱৰ, অথৰ, ক্ষমতাহীন, ক্ষীণ শক্তি, ক্ষীণবল, বলহীন, শক্তিহীন, হতবল, হীনবল, ্অপার্থক, ্অসমর্থ
Install App