Meaning : কম বা সামান্য বুদ্ধিযুক্ত
Example :
অল্পজ্ঞ বিদ্যার্থীসকলক পঢ়াবৰ বাবে শিক্ষকসকলে অধিক পৰিশ্রম কৰিব লাগে
Synonyms : অল্পজ্ঞানী, অল্পবুদ্ধি, ভোদা
Meaning : যি ভাল জ্ঞাতা নহয়
Example :
অল্পজ্ঞ ব্যক্তিক এনে গূঢ় কথা শুনি কি লাভ হʼব?
Meaning : যাৰ বহুত কম বা অলপ জ্ঞান থাকে
Example :
অল্পজ্ঞানী ব্যক্তি জ্ঞানী আৰু মূর্খৰ ্মাজত থাকে
Synonyms : অল্পজ্ঞানী