Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো বহুতেই কম
Example : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
Synonyms : অকণমান, অলপমান, অলপীয়া, স্বল্প
Meaning : সংখ্যাত তাকৰ
Example : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
Synonyms : অলপমান
Meaning : যিটো হিচাপতকৈ কম
Example : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
Synonyms : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
Meaning : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
Example : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
Synonyms : কম, ন্যূন
Install App