Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ অর্থ আছে
Example : আপোনাৰ অর্থযুক্ত কথাই সকলোকে ভবাই তুলিলে
Synonyms : অর্থযুক্ত, ্সার্থক
Meaning : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে
Example : আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে
Synonyms : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ
Install App