Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অর্থ from অসমীয়া dictionary with examples, synonyms and antonyms.

অর্থ   বিশেষ্য

Meaning : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

Example : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

Synonyms : কাৰক, কাৰণ, নিমিত্ত, মূল, হেতু

Meaning : সোণ-ৰূপ বা অন্য মূল্যবান সম্পদ আদি:ধনৰ সদ্-ব্যৱহাৰ কৰিব লাগে

Example :

Synonyms : অর্থ-কড়ি, টকা-কড়ি, টকা-সিকা, দৌলত, ধন, ধন-দৌলত, ধন-বিত, ধন-সম্পত্তি, ধন-সোণ, বিত, বিত্ত, বৈভৱ, লক্ষ্মী, ্ ঐশ্বর্য, ্ ঐশ্বর্য-বিভূতি, ্ টকা-পইচা

Meaning : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়

Example : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে

Synonyms : মতলব, ্তাৎপর্য, ্ভাব