Subscribe
URL of the page has been copied to clipboard.
Meaning : যি যোগ্য নহয়
Example : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
Synonyms : অলায়ক
Meaning : যিজন যোগ্য নহয়
Example : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
Synonyms : অনুপযুক্ত, অনুপযোগী, অলায়ক, গড়লায়ক, জলধা, যোগ্যহীন
Meaning : যি কোনো কাম কৰাৰ কাৰণে যোগ্য নহয়
Example : অকর্মণ্য ব্যক্তি সমাজৰ বোজা স্বৰূপ
Synonyms : অকর্মণ্য
Install App