Subscribe
URL of the page has been copied to clipboard.
Meaning : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
Example :
Synonyms : অম্বুধি, অম্বুনিধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সাগৰ, সিন্ধু, ্ ৰত্নগর্ভা
Install App