Subscribe
URL of the page has been copied to clipboard.
Meaning : কল্যাণ বা মংগল নথকা
Example : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
Synonyms : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
Meaning : যি লক্ষণ অশুভৰ পৰিচায়ক
Example : ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
Synonyms : অশুভ লক্ষণ
Install App