Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ভেদ কৰিব নোৱাৰি
Example : এই অভেদ্য লক্ষ্যটো ভেদ কৰাই মোৰ প্রথম কাম
Synonyms : দুর্ভেদ্য, দুশ্ছেদ্য
Meaning : যাক ভেদ বা ছেদ কৰিব নোৱাৰি
Example : হীৰা এবিধ অভেদ্য পাথৰ
Meaning : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
Example : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
Synonyms : অচ্ছেদ্য, অভেদ, অভেদনীয়, দুর্ভেদ্য
Install App